ভিডিঅ'টিৰ জৰিয়তে আমি কোনো ৰাজনীতিৰ প্ৰচাৰ চলোৱা নাই, কিন্তু এটা কথায়ে কওঁ...
মানুহ ইমান তললৈ কেনেকৈ নামিব পাৰে? নিজৰ ছোৱালীজনীৰ সৈতে ফটো উঠাটো কোনো পাপ নহয়। বহুতে অপপ্ৰচাৰ চলাই আছে, অনুগ্ৰহ কৰি কৈছোঁ এইবোৰ নকৰিব।
হয় তেখেত এজন ৰাজনীতিবিদ, কিন্তু তাতকৈ আগত তেওঁ এজন মানুহ। গতিকে মানুহ হৈ মানুহৰ অন্তৰাত্মাৰ সৈতে খেলা বন্ধ কৰক।
বি:দ্র: মই ৰ ভক্ত নহয়, মামাৰ{} এজন অনুৰাগী হিচাপে বনাইছোঁ ভিডিঅ'টো।
#MrRaja
#HimantaBiswaSarmah
#Photo
#AssameseFun
#ComedyVideo
#HBS
#Mama
Our Instagram:
Vlog Channel:
আমাৰ ভিডিঅ'বোৰ সম্পূৰ্ণ হাস্যৰসৰ বাবে বনোৱা হয়, গতিকে কোনেও যাতে ভুল ভাবি নলয় ???? ইয়াৰ দ্বাৰা আমি কাৰোৰে মনত আঘাত সনাৰ চেষ্টা কৰা নাই ????
Copyright Disclaimer Under Section 107 of the Copyright Act 1976, allowance is made for "fair use" for purposes such as criticism, comment, news reporting, teaching, scholarship, and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favor of fair use.
【【【【【Mr Raja】】】】】
Thanks for watching

- Категория
- Мультики для детей

Комментариев нет.